Dictionaries | References

মৰা

   
Script: Bengali-Assamese

মৰা     

অসমীয়া (Assamese) WN | Assamese  Assamese
noun  মাৰ দিয়া কার্য ্বা ভাব   Ex. কাৰোবাক মাৰিবৰ কাৰণে সাহস লাগিব
HYPONYMY:
পিটন
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
প্রহাৰ কৰা
Wordnet:
bdबुथारनाय
benমারা
gujમારવું
kanಹೊಡೆ
kasلایُن , چوب , پٲزارٕ , ٹھٲپۍ
kokमार
mniꯍꯥꯠꯄꯇꯨꯞꯄꯒꯤ꯭ꯊꯕꯛ
nepमारण
oriମାରିବା
panਮਾਰਨ
sanहत्या
tamஅடித்தல்
telకొట్టడం
urdمارنا , پیٹنا
verb  কোনো বস্তু ভিতৰলৈ ঠেলিবৰ কাৰণে তাৰ ওপৰত জোৰেৰে কৰা প্রহাৰ   Ex. ৰামে মূর্তিটো লগাবৰ কাৰণে বেৰত গজাল মাৰিছে
HYPERNYMY:
চেপা
ONTOLOGY:
()कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
Wordnet:
bdदो
gujઠોકવું
hinठोंकना
kokमारप
mniꯌꯣꯠꯄꯤ꯭ꯊꯥꯕ
nepठोक्नु
oriବାଡ଼େଇବା
panਠੋਕਣਾ
urdٹھونکنا , ٹھینسنا
verb  কোনো মনোবেগ, ইচ্ছা আদিৰ হেঁচি নধৰাকৈ সমানে সমানে হোৱা কার্য   Ex. ঘনে-ঘনে চাহ খোৱাৰ কাৰণে মোৰ ভোক মৰি গʼল
HYPERNYMY:
থকা
ONTOLOGY:
मानसिक अवस्थासूचक (Mental State)अवस्थासूचक क्रिया (Verb of State)क्रिया (Verb)
SYNONYM:
মৰি যোৱা
Wordnet:
bdजोबलां
kanಸತ್ತು ಹೋಗು
kasمۄکلٕنۍ
kokमरप
malകെട്ടുപോവുക
mniꯐꯥꯎꯗꯕ
telఅనుగు
urdختم ہونا , مرنا
verb  মৰাৰ সমান কষ্ট কৰা   Ex. তেওঁ দিনে-ৰাতিয়ে যিজন ভায়েকৰ চোৱা-চিতাৰ কাৰণে মৰি আছিল, সেই ভায়েকে তেওঁক নিৰাশ কৰিলে
HYPERNYMY:
কষ্ট সহা
ONTOLOGY:
अवस्थासूचक क्रिया (Verb of State)क्रिया (Verb)
Wordnet:
bdथैथाब
benজীবনপাত করা
gujમરવું
kokमरप
malചാവുക
oriଅତି କଷ୍ଟ କରିବା
panਮਰਨਾ
tamஉயிரை கொடு
urdمرنا , مشکل زمانہ گذارنا
verb  খেলৰ কোনো গুটী বা খেলুৱৈৰ খেলৰ নিয়মানুসৰি কোনো কাৰণে খেলৰ পৰা বাহিৰ হোৱা বা পৃথক কৰা   Ex. এই খেলত আমাৰ চাৰিজন লগৰীয়া মৰি থাকিল যদিও খেলত আমি জিকিলোঁ
HYPERNYMY:
ওলোৱা
ONTOLOGY:
अवस्थासूचक क्रिया (Verb of State)क्रिया (Verb)
Wordnet:
benআউট হওয়া
gujમરવું
kanಔಟ್ ಆಗು
kasمۄکلُن
kokमरप
oriମରିଯିବା
panਮਰਨਾ
urdمرنا , ڈھیرہونا
verb  কাৰোবাক কোনো বস্তু আদিৰে আঘাত কৰা   Ex. পুলিচে চোৰটোক লাঠিৰে মাৰিছে
HYPERNYMY:
কাম কৰা
ONTOLOGY:
()कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
SYNONYM:
পিটা পিটন দিয়া প্রহাৰ কৰা ধুলাই দিয়া কোবোৱা
Wordnet:
benমারা
gujમારવું
hinमारना
kanಹೊಡೆ
kasلایُن , چوب دِنۍ , مارُن
kokमारप
malതല്ലുക
marपिटणे
mniꯀꯟꯕ
nepकुट्नु
oriପିଟିବା
panਮਾਰਨਾ
sanतड्
tamஅடி
telకొట్టు
urdمارنا , پیٹنا , حملہ کرنا , وارکرنا , ٹھوکنا , دھننا , رسیدکرنا
verb  জীৱনৰ অন্ত পেলোৱা কার্য   Ex. সন্ত্রাসবাদীয়ে পাঁচজন লোকক মাৰিলে
CAUSATIVE:
মৰোৱা
HYPERNYMY:
সমাপ্ত কৰা
ONTOLOGY:
विनाशसूचक (Destruction)कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
SYNONYM:
হত্যা কৰা প্রাণ লোৱা জীৱন লোৱা সংহাৰ কৰা বধ কৰা হনন কৰা প্রাণ বায়ু উৰোৱা
Wordnet:
bdबुथार
benমেরে দেওয়া
gujમારવું
hinमारना
kanಕೊಲ್ಲು
kasمارُن
kokमारप
malകൊല്ലുക
marमारणे
mniꯍꯥꯠꯄ
nepमार्नु
oriମାରିବା
panਮਾਰਨਾ
tamகொலைசெய்
telచంపు
urdہلاک کرنا , قتل کرنا , جان لینا , موت کےگھاٹ اتارنا , گردن زنی کرنا , گردن مارنا , جان تلف کرنا
verb  মৃত্যু হোৱা বা শৰীৰৰ পৰা প্রাণবায়ু ওলোৱা কার্য   Ex. দুর্ঘ্্টনাগ্রস্ত মানুহজন আজি পুৱাই মৰি থাকিল
HYPERNYMY:
থকা
ONTOLOGY:
होना क्रिया (Verb of Occur)क्रिया (Verb)
SYNONYM:
ঢুকোৱা মৃত্যু হোৱা স্বর্গী হোৱা প্রাণ যোৱা স্বর্গগ্ামী হোৱা পৰলোকগামী হোৱা মুক্তি লাভ কৰা বৈকুণ্ঠগামী হোৱা সৰকা ধাতু বাজ হোৱা সিফলীয়া হোৱা সিপাৰ হোৱা হাড় পেলোৱা জীৱ যোৱা চকু মুদা পাৰ হোৱা দেহান্তৰ ঘটা চাউল উকলা ইহলীলা সম্বৰণ কৰা পৰপাৰলৈ গতি কৰা মোক্ষ লাভ কৰা পৰপাৰলৈ গমন কৰা অনন্তধামলৈ গতি কৰা শেষ নিশ্বাস লোৱা শেষ নিশ্বাস ত্যাগ কৰা জীৱ বাজ হোৱা দেহা পেলোৱা আয়ু বেলি মাৰ যোৱা জীৱন বন্তি নুমাই যোৱা কাল হোৱা
Wordnet:
bdथै
benমারা যাওয়া
gujગુજરવું
hinमरना
kanಸತ್ತು ಹೋಗು
kasمَرُن
kokमरप
malമരിക്കുക
marमरणे
mniꯁꯤꯕ
nepमर्नु
oriମରିବା
panਮਰਨਾ
sanमृ
tamஇறந்துபோ
telచనిపోవు
urdمرنا , دم توڑنا , دم نکلنا , گذرجانا , چل بسنا , وفات پانا , فوت ہونا , انتقال کرنا , جنت سدھارنا
See : মৰাপাট
See : হত্যা, মৃত্যু

Related Words

ঠেলা মৰা   দাংকোপ মৰা   ঘোঁৰা বাগৰ মৰা   কটা-মৰা   কুঠাৰ মৰা   কাণ তাল মৰা   কেটেপা মৰা মানুহ   লাফ মৰা   চাব মৰা   চিঞৰ মৰা   চিঁয়া মৰা   ছাপ মৰা   ছিটিকনি মৰা   ছোঁ মৰা   জাপ মৰা   জাঁপ মৰা   জোতাৰে মৰা   ডিঙিত মৰা পেটি   ডিঙিত মৰা ফিটা   ঢকা মৰা   দৌৰ মৰা   আঁচোৰ মৰা   উগাৰ মৰা   উঠাই মৰা   কাহ মৰা   কলা ঘুমটি মৰা   খামোচ মৰা   খুন্দা মৰা   গোজৰ মৰা   গুৰ মৰা   গুলী মৰা   গলহেকাৰি মৰা   চুকতে থাকি বুকতে কামোৰ মৰা   চকুত ধূলি মৰা   মৰা   সোহা মৰা   হেঁ্চা মৰা   হেম্বেলনি মৰা   পুলুকা মৰা   ফুটনি মৰা   বাগৰ মৰা   ভাগৰ মৰা   ভোকত মৰা   মাথা মৰা   দম্ভালি মৰা   প্রাণে মৰা   মন মৰা   মৰা-মূছা   মৰা শ   মৰণা মৰা   লাঠ মৰা   লেং-মৰা   লৰ মৰা   কর্ণভেদী   নিগনি মৰা ফান্দ   মৰা মুগা যেন   দাগা   നിറയൊഴിക്കുക   हान्नु   ಕಾಳು ಉದುರಿಸು   কুঠার চালানোর কাজ   نقش تراوُن   हाणणी   सेरथे   सौख्लाय   जोबलां   आखि   तबरदारी   झोडपणे   मारा   मुद्रणं कृ   धडक देणे   संघट्ट्   مۄکلٕنۍ   چھاپنا   چھۄمبُن   ژیٚل دُین   تَبردٲری   تبرداری   ٹَکَر   കെട്ടുപോവുക   കോടാലിപ്പണി   ಹಿಸುಕು   இறுக்கு   କୁରାଢ଼ିକାମ   ଚିପିଦେବା   పేల్చు   అనుగు   ধাক্কা মারা   মরে যাওয়া   ଧକ୍କା ଦେବା   ਤਬਰਦਾਰੀ   ಅಚ್ಚು ಹಾಕು   ಘಟಕ   لایُن   ঢেঁকুর তোলা   ঢেলবাঁশি   গলা খাঁকারি দেওয়া   وۄٹھ ترٛاوٕنۍ   गोफीण मारपी   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP