এবিধ নিচাযুক্ত জুলীয়া পদার্থ ্ যাক বিভিন্ন বস্তুৰ সংমিশ্রণত বিভিন্ন ধৰণে তৈয়াৰ কৰা হয় আৰু ইয়াক সেৱন কৰিলে নৈতিকভাৱে নিন্দনীয় আৰু ধার্মিকভাৱে পাপ বুলি ধৰা হয়
Ex. তেওঁ ্ সদায় গধূলি মদ খাই ঘৰলৈ উভতে
HOLO MEMBER COLLECTION:
মদিৰালয়
HYPONYMY:
বিয়েৰ ব্রাণ্ডী ভদকা ৰম ৱাইন কক্টেল দেশী মদ
ONTOLOGY:
पेय (Drinkable) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
মদ্য সুৰা মদিৰা দাৰু আসৱ সোমৰস অৰিষ্ট দ্রাক্ষাৰস
Wordnet:
bdजुमाय
benঅমৃতা
gujદારૂ
hinशराब
kanಸಾರಾಯಿ
kasشَراب
kokसोरो
malമദ്യം
marदारू
mniꯌꯨ
nepरक्सी
oriମଦ
panਸ਼ਰਾਬ
sanमद्यम्
tamமதுபானம்
telమధ్యపానం
urdشراب , مے , بادہ , مل