শৰীৰৰ আমাশয়ৰ পিছফালে থকা দীঘলীয়া গ্রন্থি, যʼৰ পৰা পাচক ৰস আৰু ইনচুলিন ওলায়
Ex. অগ্ন্যাশয়ৰ পৰা ওলোৱা পাচক ৰসে পাচনত সহায় কৰে
ONTOLOGY:
शारीरिक वस्तु (Anatomical) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
অগ্নাশয় পাচনগ্রন্থি ক্লোম
Wordnet:
bdआमायथु
benঅগ্ন্যাশয়
gujસ્વાદુપિંડ
hinअग्न्याशय
kanಮೇದೋಜೀರಕ ಗ್ರಂಥಿ
kokअग्नाशय
malആഗ്നേയഗ്രന്ഥി
mniꯄꯥꯟꯀꯔ꯭ꯤꯌꯥꯁ
nepअग्न्याशय
oriଅଗ୍ନାଶୟ
sanअग्न्याशयम्
tamகணையம்
telక్లోమగ్రంథి
urdلبلبہ