-
noun শূন্যৰ পৰা নলৈকে সংখ্যা
Ex. তিনিটা অংকৰ সকলোতকৈ সৰু সংখ্যাটো হৈছে এশ
-
noun নাটকৰ এনেকুৱা এটা ৰূপ, যʼত কেতিয়াবা এটা খণ্ড বা কেইবাটাও খণ্ড থাকিব পাৰে
Ex. নাটকৰ দ্বিতীয় অংকত নায়িকাই নিজৰ বলিষ্ঠ অভিনয়েৰে দর্শকক মন্ত্র-মুগ্ধ কৰিলে
-
noun সংখ্যাৰ চিহ্ন
Ex. ০, ১, ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯ আদি অংক
-
noun শূণ্য থেকে নয় পর্যন্ত সংখ্যা
Ex. তিন অংকের সবথেকে ছোটো সংখ্যা একশ
Site Search
Input language: